সোণালী সংখ্যা

sonali-xongkha

কিতাপৰ নাম- সোণালী সংখ্যা

লেখক- বিপুলজ্যোতি শইকীয়া।

প্ৰকাশক- ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ্, গুৱাহাটী

bipuljyoti-saikia

বিষয়-বস্তু- ইয়াত গণিত বিষয়ক মুঠ এঘাৰটা ৰসাল প্ৰবন্ধ আছে। এই প্ৰবন্ধসমূহ প্ৰান্তিক, গণিত বিকাশ, সাদিন, প্ৰত্যয়, দি চিণ্টিনেল, দি টেলিগ্ৰাফ আদিত প্ৰকাশ পাইছিল। কবি হিচাপে পৰিচিত বিপুলজ্যোতি শইকীয়া এগৰাকী প্লাজমা বিজ্ঞানী। গণিতৰ প্ৰতি তেখেতৰ ধাউটি বহুত। এই গ্ৰন্থখনৰ ভাষা ইমানেই ৰসাল যে সকলো পাঠকেই গ্ৰন্থখন পঢ়ি আনন্দ লাভ কৰিব আৰু কিছু কথা শিকাৰ উপৰিও নিজেও গণিত চৰ্চাৰ প্ৰতি আগ্ৰহী হ’বলৈ প্ৰেৰণা পাব। গণিত বিষয়ক অসমীয়া ভাষাত কেৱল দুই-তিনিখনহে প্ৰবন্ধ সংকলন থকা হেতুকে এনেকুৱা ধৰণৰ এখন গ্ৰন্থ লিখা বা প্ৰবন্ধ সংকলন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত এই গ্ৰন্থখন প্ৰেৰণাৰ উৎস হ’ব পাৰে।

User Rating: 5.0 (1 votes)
Sending

টেগসমূহ

You may also like...

0 মন্তব্য “সোণালী সংখ্যা”

Leave a Reply

Your email address will not be published. Required fields are marked *

You may use these HTML tags and attributes: <a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <strike> <strong>

মতামত

আপোনাৰ প্ৰিয় লেখক কোন ?

View Results

Loading ... Loading ...

ইণ্টাৰনেটত আমি..

বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক